পেট্ৰ’ল পাম্প বন্ধ কাৰ্যসূচী প্ৰত্যাহাৰ

Share
২২অক্টোৱৰ,২০২১ঃ ২২ অক্টোবৰৰ পৰা ৪৮ ঘন্টাৰ বাবে উ:-পূৱ পেট্ৰলিয়াম ডিলাৰ এছচিয়েচনে  পেট্ৰ’ল পাম্প বন্ধৰ বাবে যি ঘোষণা আগবঢ়াইছিল,এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে। গুৱাহাটীত বন্ধ নহয় পেট্ৰল পাম্প।কামৰূপ জিলা উপায়ুক্তৰ সৈতে পেট্ৰল-ডিজেল এছোচিয়েছনৰ বৈঠকৰ পিছতে এই বৃহৎ সিদ্ধান্ত। উ:-পূৱ পেট্ৰলিয়াম ডিলাৰ এছচিয়েচনে চৰকাৰলৈ যি ১০ টা দাবী জনাইছিল,ইয়াৰে ৬ ৰ পৰা ৭ টা দাবী মানি লৈছে চৰকাৰে। যাৰ বাবে প্ৰত্যাহাৰ কৰা হ’ল পেট্ৰ’ল পাম্প বন্ধ কাৰ্যসূচী।

Leave a Reply

Your email address will not be published. Required fields are marked *