মাধুৰ্য্য শইকীয়া
২৫জুলাই ,বোকাখাত: বোকাখাতত সংঘটিত হৈছে আজৱ কাণ্ড । বোকাখাতত ৬০ৰ উদ্ধৰ এগৰাকী মহিলাক দুবাৰকৈ একে দিনাই দিয়া হ’ল ক’ভিড ভেকচিন । বোকাজান মহকুমাৰ বালিজান ক্ষুদ্ৰ চিকিৎসা কেন্দ্ৰত সংঘটিত হৈছে এই কাণ্ড । জানিব পৰা মতে ভেকচিন দিয়া মহিলা গৰাকীৰ নাম সৰুমাই শইকীয়া আৰু পূণিমা তেৰাংপি নামৰ নাৰ্ছ গৰাকীয়ে সংঘটিত কৰিছে এই ভয়ানক কাণ্ড । বৰ্তমান অৱশ্যে পৰ্যবেক্ষনত ৰখা হৈছে মহিলা গৰাকী ।