নিউজ ডেস্ক,১৯ আগষ্টঃ পুনৰ মহানগৰীত উদ্ধাৰ অচিনাক্ত মৃতদেহ । গুৱাহাটীৰ পানীখাইটিত উদ্ধাৰ কৰা হৈছে এক অচিনাক্ত মৃতদেহ । । ব্ৰহ্মপুত্ৰৰ পানীৰ জুৱলীত উটি আহিল কিশোৰৰ মৃতদেহ । অন্য স্থানৰ পৰা নদীৰ পানীত উটি অহাৰ সন্দেহ কৰা হৈছে মৃতদেহটো । বৰ্তমান অৱস্থালৈ কিশোৰ জনৰ মৃতদেহ চিনাক্ত কৰিব পৰা নাই । অৱশ্যে কিশোৰ জনৰ বয়স ১৪/১৫ বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, ঘটনা স্থলীত উপস্থিত হৈছে পানীখাইটিৰ আৰক্ষীৰ দ’ল। বৰ্তমানলৈ কিশোৰ জনক চিনাক্ত কৰিব পৰা হোৱা নাই ।