কবিতা দেৱীৰ প্ৰতিবেদন
টকিঅ’,৩০জুলাই: টকিঅ, অলিম্পিকত ক্ৰমাগত পৰাজয়ৰ ধাৰা ভংগ কৰিলে ভাৰতীয় মহিলা দলে, অন্তিম মুহুৰ্তত নৱনীত কোৰৰ গ’লেৰে ভাৰতীয় মহিলা হকী দলে অলিম্পিকৰ গ্ৰুপ লীগৰ এখন মেচত জয় লাভ কৰে। আয়াৰলেণ্ডক ১-০ পৰাস্ত কৰি ভাৰতে নকআউটৰ আশা সজীৱ কৰিবলৈ সক্ষম হৈছৈ। শনিবাৰে দক্ষিন আফ্ৰিকাৰ বিৰুদ্ধে গ্ৰুপ লীগৰ অন্তিম খন মেচত অংশ গ্ৰহন কৰিব ভাৰতে।