টকিঅ’ অলিম্পিকত ইতিহাস ৰচাৰ লক্ষ্যৰে কমলপ্ৰীত কৌৰ

Share

ডিম্পুমনি হীৰা

২আগষ্ট: ইতিহাস ৰচাৰ দিশে পাঞ্জাৱ তথা ভাৰতৰ জীয়ৰী কমলপ্ৰীত কৌৰ। আজি ডিছকাছ থ্ৰ’ প্ৰতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’ব কমলপ্ৰীত। এলিমিনেচন ৰাউণ্ডৰ দ্বিতীয় স্থানত থাকি চমক পাঞ্জাৱৰ খেলুৱৈগৰাকীৰ।কমলপ্ৰীত হৈছে ডিছকাছ থ্ৰ’ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *