টকিঅ’ অলিম্পিকত টিম ইণ্ডিয়া ৰ প্ৰথম টো সফলতা

Share

শোভাশ্ৰী বাৰিক

টকিঅ’ অলিম্পিকত হকীৰ প্ৰথম খন মেছ ত জয়ী হৈছে টিম ইণ্ডিয়া।নিউজিলেণ্ডৰ বিৰুদ্ধে যুঁজি ৩-২ গলৰ ব্যৱধানত পুৰুষ শাখাৰ হকী খেলত জয়ী হৈছে ভাৰত।আৰু কাইলৈ অষ্ট্ৰেলিয়া ৰ বিৰুদ্ধে যুঁজ দিব ভাৰতে।

Leave a Reply

Your email address will not be published. Required fields are marked *