ৰাজীৱ কলিতাৰ প্ৰতিবেদন
টকিঅ’,৪ আগষ্ট: টকিঅ’ত ভাৰতৰ আন এক সফলতা। টকিঅ’ অলিম্পিকৰ জেবলিন থ্ৰোত পুৰুষৰ ফাইনেলত প্ৰৱেশ নীৰজ চোপ্ৰাৰ। পুৱাই টকিঅ’অলিম্পিকৰ পৰা আহিছে এই ভাল খবৰটো। নীৰজ চোপ্ৰাই নিজৰ প্ৰথমটো প্ৰচেষ্টাতে ৮৬.৬৫ মিটাৰ থ্ৰ কৰি পুৰুষৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া দেশবাসীৰ আশা পদক সহিতে স্বদেশলৈ উভতি আহক নীৰজ চোপ্ৰা।