ভাগৰুৱা জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ

Share

ন্যায় বিচাৰি ভাগৰুৱা জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। ১৯ ছেপ্তম্বৰৰ দিনটোতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰিছিল ৰাজ্যবাসীক।আজিও স্তব্ধ অসমৰ প্ৰতিটো প্ৰান্ত। সকলোৱে জানিব বিচাৰিছে জুবিন গাৰ্গৰ লগত হৈছিল কি সকলোৱে মাথোঁ বিচাৰিছে ন্যায়।

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভাগৰুৱা হৈ পৰিছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ। মৃত্যুৰ ৪০ টা দিন উকলি গল। গৰিমা শইকীয়া গাৰ্গে প্ৰতিদিনাই স্বামী জুবিন গাৰ্গক সুৱৰি সামাজিক মাধ্যমত দিছে পোষ্ট। ন্যায় বিচাৰি গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত দিয়া পোষ্ট সমূহ– The last one for this life…But we will be together again, very soon Goldie !

কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ । 

কিয় ? এতিয়া এটা ডাঙৰ প্ৰশ্ন !

এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূণ্য বুকু । মোক উত্তৰ লাগে .. 

#JusticeForZubeenGarg

এতিয়া মন মগজু শৰীৰ অন্তৰাত্মা জুৰি মাথোঁ এষাৰেই কথা #আমাক_ন্যায়_লাগে.. “জুবিন গাৰ্গৰ দৰে এক সত্ত্বা অৱহেলিত হ’ব নোৱাৰে”

#JusticeForZubeenGarg

শোকত ভাঙি পৰিছে গৰিমা ২৯ অক্টোবৰ ২০২৫ৰ পুৱা ৯-৩০বজাত

সামাজিক মাধ্যমত কৰিছে এটি বিশেষ পোষ্ট। তেওঁ লিখিছে- সকলোতে মাথোঁ শূন্য। 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *