অতিষ্ঠ জনতাই ভাঙি পেলাইছে স্মাৰ্টমিটাৰ

Share

ৰাজ্যজুৰি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ ক্ৰমে অধিক ভয়াৱহ হোৱাৰ সময়তে ৰাজ্যত ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যি সময়ত  স্মাৰ্ট মিটাৰৰ বৰ্ধিত মাছুলে জনসাধাৰনক জ্বলাকলা খুৱাইছে  তেনে সময়তে বিধানসভাৰ অধিবেশনত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চৰকাৰে বিৰুধীৰ ব্যাপক প্ৰশ্নবানৰ সন্মোখিন হব লগা হৈছিল।যিহেতুকে পুৰনি মিটাৰত ২০০ টকা বিল অহাৰ বিপৰিতে স্মাৰ্ট মিটাৰত ৭০০ পৰা ৯০০টকাৰ পৰ্যন্ত বিল অহাৰ অভিযোগ উঠি আহিছে।ঠিক তেনে সময়তে অতিষ্ঠ জনতাৰ ক্ষোভ বেদনাৰ বহিপ্ৰকাশ ঘটা পৰিলক্ষিত হৈছে।স্মাৰ্ট মিটাৰক জনতাৰ ক্ষোভ বেদনাৰ বহি:প্ৰকাশ ঘটাই লাঠিৰে মৰিয়াই মৰিয়াই ভাঙি পেলাইছে ক্ষোভিত জনতাই।

Leave a Reply

Your email address will not be published. Required fields are marked *