GMCH ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ! নিজৰ শৰীৰত বিষাক্ত ইনজেকশ্য লৈ এজন কৰ্মচাৰীৰ আত্মহনন

Share

১৪ অক্টোবৰ/ ANA  নিউজ ডেস্কঃ গুৱাহটীৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে  এক চাঞ্চল্যকৰ ঘটনা। তিনি সপ্তাহ পূৰ্বে কামত যোগদান কৰা পাপু দাসে নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা কৰাৰ খবৰে এতিয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। হাস্পতালৰ আই.চি.ইউৰ টেকনিচিয়ান আছিল কমাৰকুছিৰ পাপু দাস। উল্লেখ্য যে হাস্পতালৰ এজন জেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ পিছত নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহনন কৰে GMCH ৰ কৰ্মচাৰীজনে।

Leave a Reply

Your email address will not be published. Required fields are marked *