৫ মে’ত ফলাফল প্ৰকাশ কৰা হ’ব উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ

Share
গুৱাহাটী,২৭ এপ্ৰিল:অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে মে’ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্পুৰ্ণ সম্ভাৱনা আছে। এই ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰী ডা: ৰনোজ পেগুৱে। ৫ মে’ত ফলাফল প্ৰকাশৰ অন্তিম দিন বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিলে। লগতে এইচ.এছ পৰীক্ষাৰ ফলাফল প্ৰকাশৰ সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে শীঘ্ৰে কিছু নতুন ব্যৱস্থা হাতত ল’ব বুলি জনালে মন্ত্ৰীগৰাকীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *