গুৱাহাটী, ১৩ জুলাইঃ শীঘ্ৰে সলনি হ’ব গুৱাহাটীৰ বহু পুৰণি স্থানৰ নাম। সলনি হ’ব গুৱাহাটীৰ ৮টাকৈ স্থানৰ নাম। মুখ্যমন্ত্ৰী নিৰ্দশেৰ পাছতে তৎপৰ GMC। ৮টা স্থানৰ নাম সলনিৰ পদক্ষেপ GMC । বৰ্তমান চেৰাবভাটি আৰু কালাপাহাৰৰ নাম উল্লেখ্য কৰিছে , চেৰাবভাটি নামৰ সলনি নতুন নাম হ’ব আৰ্যনগৰ আৰু কালাপাহাৰৰ নামৰ সলনি নতুূন নাম হ’ব নীলাচলনগৰ। ৬টা স্থানৰ সলনি কৰিব GMC। এই সন্দৰ্ভত স্থানীয় বাসিন্দাৰ পৰা বিচৰা হৈছিল মতামত।