শিক্ষক হ’ব খোজা সকলৰ বাবে ভাল খবৰ, অনুষ্ঠিত হ’ব টেট

Share

সুস্মিতা বৰা
১৮,আগষ্ট: ৰাজ্যত চলিত বর্ষ সমূহত অনুষ্ঠিত হ’ব টেট (TET) পৰীক্ষা, শিক্ষা বিভাগৰ‌ এই সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াইছে শিক্ষক হ’ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে। তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব টেট। LP, ME আৰু হাইস্কুলৰ বাবে পৃথক পৃথকভাবে অনুষ্ঠিত হ’ব এইবাৰ‌ টেট পৰীক্ষা । হাইস্কুল শিক্ষকৰ‌ বাবে বাধ্যতামূলক হ’ব B.Ed ডিগ্ৰী। বিপৰীতে ,LP, ME ৰ শিক্ষকৰ‌ বাবে D.El.Ed ডিগ্ৰী বাধ্যতামূলক এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আনফালে CTET ত‌ উওীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ‌ অধীনস্থ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ‌ আহবান।

Leave a Reply

Your email address will not be published. Required fields are marked *