বিজেপিৰ আন এক সফলতা : ৰাজ্যসভাত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী

নাগালেণ্ডৰ ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে বিজেপিৰ প্ৰাৰ্থী এছ ফাংনন কন্যাক সোমবাৰে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।…