এটি গৌৰৱৰ অধ্যায় !  সৰ্বভাৰতীয় শৈক্ষিক পৰ্যায়ৰ সমীক্ষাৰ তালিকাত ৩৬ তম স্থানত উজলিল ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় । গুৱাহাটী বিশ্ববিদ্যালয় এটি কেৱল নাম নহয় । ই বহু ছাত্ৰ-ছাত্ৰীৰ এক আৱেগ…