মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যঃহিন্দী ভালকৈ নজনাৰ বাবে দিল্লীত কথা কোৱাত অসুবিধা হয় !

হিন্দী আগ্ৰাসান বিতৰ্কই সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষকৈ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত…