‘মেথিগুটি নহয় , এইবাৰ বান্দৰ কেকোৱা গুড়ি খুৱাওঁক’ ! অশালীন মন্তব্যৰে নাৰীৰোষত পৰি গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক

কেতিয়াবা যদি মেথিগুটিৰ বিধান ! কেতিয়াবা গো-মূত্ৰ খুওৱাৰ বিধান,আন কেতিয়াবা আকৌ বান্দৰ কেকোৱা গুড়ি খুওৱাৰো বিধান…