নিষিদ্ধ ঘোষিত পি এফ আই সংগঠনৰ নেতাক সাক্ষাৎ কৰিবলৈ জেলত উপস্থিত শ্বেৰমান আলি আহমেদ 

বৰপেটা জিলাত কাৰবন্দী হৈ থকা ধৃত আছিফ ইকবালক লগ কৰাৰ অনুমতি প্ৰদান নকৰিলে বাঘবৰ সমস্টিৰ বিধায়ক…