এটা যুগৰ অৱসান! অসমীয়া চলচ্চিত্ৰৰ যশস্বী অভিনেতা নিপন  গোস্বামীৰ দেহাৱসান।

নিউজ ডেস্ক,২৭ অক্টোবৰঃ অসমবাসীৰ মহীৰূহ, বিশিষ্ট অভিনেতা নিপন গোস্বামী আৰু নাই।দীৰ্ঘদিনৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ…