আজি অসম দিৱসৰ দিনটোত সকলোৱে স্মৰণ কৰিছে চাওলুং চ্যুকাফা

আজি অসম দিৱস,সমগ্ৰ ৰাজ্যই স্মৰণ কৰিব চাওলুং চ্যুকাফাক।১২২৮ খ্ৰীষ্টাব্দত সুদূৰ ম্যানমাৰৰ পৰা আহি পোন প্ৰথমে অসম…