যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰত বিধ্বংসী অগ্নিকাণ্ড

বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত যোৰহাটৰ মাজমজিয়াত এ. টি ৰোডৰ চক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। …