শীঘ্রেই আহি আছে ‘যোগী’ !দিলজিৎ দোচাঞ্জৰ এখন নতুন  ছবি, ১৯৮৪ চনৰ দিল্লীৰ প্রতিবাদৰ কাহিনীৰ ওপৰত আধাৰিত ছবিখনে মুক্তি লাভ কৰিব নেটফ্লিকচত

বলিউডৰ জনপ্রিয় গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ ছবি ‘যোগী’ । ইতিমধ্যে টিজাৰ মুকলি হৈছে ছবিখনৰ ।চলচ্চিত্রখনত…