ছ’চিয়েল মিডিয়াত ধৰ্মৰ ক্ষেত্ৰত বিতৰ্কিত পোষ্ট দি গ্ৰেপ্তাৰ অভিনেতা কমল আৰ খান

ডিজিটেল ডেস্কঃ অভিনেতা কমল আৰ খানক ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰাৰ বাবে মঙলবাৰে মালাড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।…