২৫ মে’ত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব নিযুক্তি সমাৰোহ।ইতিমধ্যে এক লাখ নিযুক্তিৰ অংশ হিচাপে বিভিন্ন বিভাগত নতুনকৈ…
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
কৰ্ণাটক বিধানসভা নিৰ্বাচন ২০২৩ঃ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি সমাপ্ত হ’ব
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ আজি সন্ধিয়া ৫ বজাত সমাপ্ত হ’ব। ইয়াৰ লগে লগে…
কাৰোবাক গেৰান্টী দিবলৈ কংগ্ৰেছ কোন হয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
তুংগত কৰ্ণাটক নিৰ্বাচনী প্ৰচাৰ অভিযান। এফালে যদি ডেলিভাৰী বয়ৰ স্কুটিত উঠি প্ৰচাৰ ৰাহুল গান্ধীৰ আনফালে আকৌ…
২০২২ বৰ্ষৰ তুলনাত ২০২৩ বৰ্ষত ৮ হাজাৰোৰ অধিক শিক্ষানুষ্ঠানে লাভ কৰিবলৈ সক্ষম হয় ‘A+’ গ্ৰেড
আজি ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ গুণোৎসৱৰ ফলাফল। জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতত মুখ্যমন্ত্ৰী হিমন্ত…
১৪ এপ্ৰিলত অসমে পাব কেইবাটাও সম্পদ, আহিব প্ৰধানমন্ত্ৰী মোডী
১৪ এপ্ৰিল অসমৰ বাবে হ’ব এক বিশেষ দিন ।এই বিশেষ দিনটোত বিহুৱে গীনিজ বুক অফ ৱল্ড…
মই আপোনালোকৰ এই মৰম সদায় মনত ৰাখিমঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
আজি কাজিৰঙাত বন্তি প্ৰজ্বলনেৰে গজ মহোৎসৱৰ শুভাৰম্ভ কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ…
অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
গুৱাহাটীৰ সোণাৰাম হাইস্কুল খেলপথাৰত অনুস্থিত সভাত আপ নেতা অৰবিন্দ কেজৰিৱালে কটাক্ষ কৰাৰ পিছতে সৰৱ হৈ পৰিছে…
অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি খালিস্তানী সন্ত্ৰাসবাদীৰ
খালিস্তানী উগ্ৰপন্থীৰ ভাবুকি আহিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদানৰ…
৬ মে’ত ঘোষণা হ’ব ৫১ হেজাৰটা পদৰ নিযুক্তিৰ ফলাফল
বিগত সময়ছোৱাত অনুস্থিত হোৱা চৰকাৰী বিভিন্ন বিভাগৰ পৰীক্ষাৰ ফলাফল অহা ৬ মে’ত ঘোষণা কৰা হ’ব ।…
হিমন্ত বিশ্ব শৰ্মাই কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিব মানহানি গোচৰ
২ এপ্ৰিলত অসমলৈ আহিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। গুৱাহাটীৰ সোণাৰাম খেলপথাৰত…