কোকৰাঝাৰত আৰম্ভ হ’ল বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন

 বৃহস্পতিবাৰৰ পৰা কোকৰাঝাৰ পাটগাঁৱৰ সৰলভাঙা নৈৰ পাৰত  আৰম্ভ হ’ল বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশন …