মন্ত্ৰী পীযুষ হাজৰিকাৰ বান-খহনীয়া পৰিস্থিতিক লৈ সষ্টম হৈ থকাৰ নিৰ্দেশ অভিযন্তাসকলক

ৰাজ্যত বৰ্তমান বানৰ সংহাৰ ৰূপ। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ…