নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত আপত মোক্ষম আঘাত

নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টি অসম প্ৰদেশত খহনীয়া দেখিবলৈ পোৱা আৰম্ভ হৈছে। দলটোৰ দুই শীৰ্ষ নেতাই…

১০ জন বিজেপিৰ সাংসদৰ পদত্যাগ

দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বিজেপিৰ পৰা ১০ গৰাকী সাংসদে পদত্যাগ কৰে। লোকসভাৰ অধ্যক্ষ…

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগত বাধা একাধিক সৰ্মথকৰ ।

মণিপুৰৰ সাম্প্ৰদায়িক হিংসাৰ দাৱানল প্ৰশমিত কৰাত শোচনীয়ভাৱে ব্যৰ্থ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগক লৈ শুকুৰবাৰে…

আশ্চৰ্য্যজনক !  এগৰাকী অধ্যাপকে ঘূৰাই দিলে তেওঁৰ তিনিবছৰৰ দৰমহা ; পিছে কিয় এনে আদৰ্শবান পদক্ষেপ গ্ৰহণ কৰিলে বিহাৰৰ এইগৰাকী অধ্যাপকে ?

 শিক্ষকসকল সমাজৰ বাবে সদায় আদৰ্শস্বৰূপ ।সমাজৰ দাপোণ । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত । শিক্ষক হ’ল এডাল মমবাতিৰ দৰে…