নিজৰ জীৱনৰ কথা নাভাবি কৰ্তব্য পালনত ব্যস্ত দুগৰাকী অসমৰ নাৰ্ছৰ

দেওবাৰে সন্ধিয়া সমগ্ৰ অসম কঁপাই তুলা ৫.৯ প্ৰাবল্যৰ ভূমিকম্পৰ সময়তো নগাঁৱৰ এখন চিকিৎসালয়ৰ নাৰ্ছসকলে নৱজাত শিশুৰ…