আশ্চৰ্য্যজনক !  এগৰাকী অধ্যাপকে ঘূৰাই দিলে তেওঁৰ তিনিবছৰৰ দৰমহা ; পিছে কিয় এনে আদৰ্শবান পদক্ষেপ গ্ৰহণ কৰিলে বিহাৰৰ এইগৰাকী অধ্যাপকে ?

 শিক্ষকসকল সমাজৰ বাবে সদায় আদৰ্শস্বৰূপ ।সমাজৰ দাপোণ । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত । শিক্ষক হ’ল এডাল মমবাতিৰ দৰে…