মাজত মাথো আৰু কেইটামান দিন বাকী। মে’ মাহৰ প্ৰথম সপ্তাহতেই অনুষ্ঠিত কৰা হ’ব পঞ্চায়ত নিৰ্বাচন। বহু জল্পনা-কল্পনাৰ অন্তত…
জয়ন্ত মল্ল বৰুৱা
ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ ভাল খৱৰ
নতুন বছৰৰ আৰম্ভণিতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ এক ভাল খৱৰ। এথলেটিক ফেডাৰেছন অৱ ইণ্ডিয়াৰ উপ- সভাপতিৰুপে নিৰ্বাচিত হৈছে…
ৰাজ্যত বঞ্চিত পুৰণি বিজেপিৰ বিদ্ৰোহ
অসমত তিনিটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অন্ত পৰিল।ইয়াৰ পিছতেই একাংশ পুৰণি বিজেপিৰ নেতা কৰ্মীৰ ঘতিল ক্ষুবৰ বহি: প্ৰকাশ।ইয়াৰ পূৰ্বে …
পুনৰ ৰাজ্যত কংগ্ৰেছৰ খহনীয়া
লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ কংগ্ৰেছত খহনীয়া।এইবাৰ বিজেপিত যোগদান কৰিলে প্ৰাক্তন কংগ্ৰেছী সাংসদ দ্বিজেন শৰ্মাই। সাংসদ পবিত্র…
আজি দিল্লীত অমিত শ্বাহৰ সৈতে বৈঠক ৰাজেন গোহাঁইৰ
ভাৰতীয় জনতা পাৰ্টীত বৰ্তমান সংঘাতে সংঘাত। যোৱা কিছুদিন আগত ভাৰতীয় জনতা পাৰ্টীৰ জেষ্ঠ নেতা তথা প্ৰাক্তন…
কেবিনেট সিদ্ধান্ত:ছাত্ৰীৰ লগতে ছাত্ৰয়ো পাব স্কুটী, কিন্ত লাগিব কিমান শতাংশ নম্বৰ?
আজি জনতা ভৱনত জুলাই মাহৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয় । উল্লেখ্যযোগ্য় যে, কেবিনেট বেঠকৰ অন্তত…
অসম ৰাজ্যিক কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপু্ৰ্ণ সিদ্ধান্ত
গুৱাহাটী,১৩ জানুৱাৰীঃ বৃহস্পতিবাৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপুৰ্ণ সিদ্ধান্ত…
কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
বিশ্বনাথ চাৰিয়ালিৰ চতিয়াৰ ৪৬ গৰাকী ভাগিনক বাসগৃহলৈ আমন্ত্ৰণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে নিশা…
বিদ্য়ালয় একত্ৰীকৰণৰ ফলত খালী হোৱা হাইস্কুলত স্থাপন হব আইটিআইঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
বিদ্যালয় একত্ৰীকৰণৰ ফলত খালী হোৱা হাইস্কুলসমূহত চৰকাৰে পি পি পি মুডত আইটিআই স্থাপন কৰিব। সদনত এই…
উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী-৭৫ শতাংশ নম্বৰ প্ৰাপ্ত ছাত্ৰক বিতৰণ কৰিব স্কুটী
নিউজ ডেস্ক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক উৎসাহ জনোৱাৰ লক্ষ্যৰে আৰু ফিক্সড পে’ ত কাৰ্যনিৰ্বাহ কৰি…