খাৰঘুলিৰ পিছত পুনৰ জাইকাৰ পাইপ ফাটি জলমগ্ন কৰ্মাচ-ৰাজগড় সংযোগী পথ

গুৱাহাটী মহানগৰত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ পাইপ ফাটি জলমগ্ন  গুৱাহাটীস্থিত  কৰ্মাচ আৰু ৰাজগড় লিংক ৰোডত।…