অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ শাসনাধিষ্ঠ চৰকাৰখনে যোৱা ৫বছৰে বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম…
কেশৱ মহন্ত
২০ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী
২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন সমাগত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ। চৰকাৰী-বেচৰকাৰী বিভিন্ন কাৰ্যসূচীৰে…
বিদেশী বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে বিদেশত এডভাণ্টেজ আছামৰ প্ৰচাৰ
এডভাণ্টেজ আছাম 2.0ৰ প্ৰতি বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ বাবে প্ৰচাৰত নামি পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব…
সললি হ’ব অসম মন্ত্ৰীসভাৰ দপ্তৰৰ পদ
সোমবাৰে দিনত মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীক বিভাগ বিতৰণ লগতে পুৰণি মন্ত্ৰীৰ পদ ব্যাপক সাল-সলনি কৰা হব ।…
আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ লগত সংগতি ৰাখি মহানগৰীত সামূহিক দৌৰ
৩১ অক্টোবৰৰ দিনটো প্ৰতিবছৰে দেশত “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাপে উদযাপন কৰা হয়।৩১ অক্টোবৰত প্ৰতিবছৰে ভাৰতৰ স্বাধীনতা…
সদনত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য
কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি আশাকৰ্মীসকলে জীৱন বীমা লাভ কৰিব । ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই…
গুৱাহাটী চিকি९সা মহাবিদ্যালয়ত চিকি९সাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস
গুৱাহাটী, ১৩ ডিচেম্বৰঃ দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা দুদিন পূৰ্বে অভিনেতা গৰাকীক চিকি९সালয়ত ভৰ্তি কৰা হৈছিল ।গুৱাহাটী…
গুৱাহাটী চিকি९সা মহাবিদ্যালয়ত চিকি९সাধীন হৈ আছে জনপ্ৰিয় অভিনেতা জয়ন্ত দাস
গুৱাহাটী, ১৩ ডিচেম্বৰঃ দ্ৰুতগতিত স্বাস্থ্যৰ অৱনতি ঘটা দুদিন পূৰ্বে অভিনেতাগৰাকীক চিকি९সালয়ত ভৰ্তি কৰা হৈছিল ।গুৱাহাটী চিকি९সা…
ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ১৫ অক্টোবৰত মুকলি কৰা হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ
ডিজিটেল ডেস্ক, কাজিৰঙা, ১০ অক্টোবৰঃ ২০২৩-২৪ বৰ্ষৰ পৰ্যটনৰ বাবে অহা ১৫ অক্টোবৰত মুকলি কৰা হ’ব কাজিৰঙা…
পুনৰ হাতীৰ পিঠিত উঠাৰ ইংগিত প্ৰদীপ হাজৰিকাৰ
জোলোঙাৰ মেকুৰী ওলাল, সুবিধাবাদী প্ৰদীপ হাজৰিকাৰ অচল ৰূপ। পুনৰ হাতীৰ পিঠিত উঠাৰ ইংগিত প্ৰদীপ হাজৰিকাৰ। স্বাৰ্থসিদ্ধিৰ…