ৰাজ্যত পুনৰ ক’ৰণাৰ সংক্ৰমণ,  কৰিমগঞ্জত ১৪জনকৈ সীমা সুৰক্ষা বাহিনীৰ  জোৱান আক্ৰান্ত

      কৰিমগঞ্জ ৬জানুৱাৰী:  কৰিমগঞ্জৰ পাথাৰকান্তিত  ১৪জনকৈ সীমা সুৰক্ষা বাহিনীৰ জোৱান কভিড 19 আক্ৰান্ত।বুধবাৰে জিলা…