গুৱাহাটী, ৮ জানুৱাৰীঃএক বৃহ९ অগ্ৰগতি হিচাপে সোমবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাট চৰকাৰে লোৱা সিদ্ধান্ত বাতিল কৰি ২০০২চনত…
উচ্চতম ন্যায়ালয়
অসম চুক্তিক আগবঢ়াই নিয়াৰ লক্ষ্য
অসম চুক্তিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ১৯৮৫ চনত সংশোধনৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা নাগৰিকত্ব আইনৰ ধাৰা ৬এৰ সাংবিধানিক…
৩৭০ অনুচ্ছেদ বাতিলত সমৰ্থন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ ধাৰা বাতিল কৰাক লৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তক সেউজ সংকেত দিয়াৰ পিছতেই অসমৰ…
৩০,০০০ৰো অধিক বিদেশী লোক আছে অসমত
কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক শপতনামা অনুযায়ী ১৯৬৬ চনৰ পৰা ১৯৭১ লৈকে অসমত ৩২,৩৮১…
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: বিল পাছ কৰোতে ৰাজ্যপালে প্ৰকাশ কৰিব নোৱাৰিব অসন্তুষ্টি
গুৱাহাটী,২৫ জানুৱাৰী:শেহতীয়াকৈ দিল্লী চৰকাৰ,তামিলনাডু চৰকাৰ আৰু পঞ্জাৱ চৰকাৰৰ মাজত সংঘতিত হোৱা বিভিন্ন সংঘাতৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ৰ…
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত আজি শুনানি
অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে সোমবাৰে শুনানি গ্ৰহণ কৰিব। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান…
যদি চৰকাৰে তৎক্ষণাৎ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ন্যায়ালয়ে হস্তক্ষেপ কৰিবঃ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়
বুধবাৰে মণিপুৰৰ দুগৰাকী মহিলাক দলবদ্ধভাৱে ধৰ্ষণ কৰি উলংগ কৰি পেৰেড কৰাৰ এক আচৰিত ভিডিঅ’ পোহৰলৈ আহিছে।…
শীঘেই ঘুৰাই পাব ছাহাৰা ইণ্ডিয়াত জমা কৰা ধন গ্ৰাহকে
ছাহাৰা ইণ্ডিয়াত ধন জমা থোৱা গ্ৰাহকৰ বাবে ভাল খবৰ। শীঘ্ৰেই ঘুৰাই পাব ছাহাৰা ইণ্ডিয়াত জমা থোৱা…
‘নিয়া’ৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক অখিল গগৈ
সৰ্বোচ্চ ন্য়ায়ালয়ে শিৱসাগৰৰ দলৰ বিধায়ক অখিল গগৈক জামিন প্ৰধান। উচ্চতম ন্যায়ালয়ৰ ন্য়ায়াধীশ ভি ৰামসুব্ৰমণিয়ম আৰু ন্য়ায়াধীশ…
লিভ-ইন ৰিলেশ্যনশ্বিপ বিচাৰধাৰাক ঘৃণনীয় আখ্যা উচ্চতম ন্যায়ালয়ৰ
লিভ-ইন সম্পৰ্কৰ বাবে প্ৰেৰণ কৰা গাইড লাইন সম্পৰ্কীয় আবেদন সোমবাৰে খাৰিজ কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম…