আৰক্ষী সদায় জনতাৰ হিতৰ বাবে কাম কৰিবলৈ বদ্ধ পৰিকৰঃভাস্কৰজ্যোতি মহন্ত

ডিজিটেল সংবাদ কোকৰাঝাৰ: কোকৰাঝাৰ থানাৰ নৱ-নিৰ্মিত আৰক্ষীভৱন মঙ্গলবাৰে আনুষ্ঠানিকভাৱে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মুকলি কৰে ।…