চলিত বৰ্ষতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ সংখ্যা ৩৫ শতাংশলৈ বৃদ্ধি

দেশৰ ভিতৰতে সৰ্বাধিক পৰ্যটকে ভিৰ কৰা তৃতীয় পৰ্যটনৰ স্থান হিচাপে পৰিগণিত হৈছে কাজিৰঙা।এই বিষয়লৈ সামাজিক মাধ্যমত…