বিদ্য়ালয় একত্ৰীকৰণৰ ফলত খালী হোৱা হাইস্কুলত স্থাপন হব আইটিআইঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

বিদ্যালয় একত্ৰীকৰণৰ ফলত খালী হোৱা হাইস্কুলসমূহত চৰকাৰে পি পি পি মুডত আইটিআই স্থাপন কৰিব। সদনত এই…