SCERTৰ ১০৫ কোটি টকাৰ কেলেংকাৰীৰ মূল অভিযুক্তক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত পৰিল শিক্ষক প্ৰশিক্ষণ সংস্থা SCERT কেলেংকাৰীৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মা। আৰক্ষীয়ে ৰাজস্থানৰ…