বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

Share

বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়। ১৯৭১ চনৰ ২৫ মাৰ্চেই মাৰ্চেই হৈ থাকিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্যন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে দিলে ৰায়। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ উপৰি ন্যায়াধীশ সূৰ্যকান্ত, এম এম সুন্দৰেশ, আৰু মনোজ মিশ্ৰই ১৯৭১চনৰ ২৫ মাৰ্চৰ সপক্ষে ৰায় দিয়ে। আনহাতে জে বি পাৰ্ডিৱালা এই মতৰ বিপক্ষে ৰায় দিয়ে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *