টেট পৰীক্ষাৰ্থীলৈ বিশেষ নিৰ্দেশনাৱলী 

Share
অনালি শৰ্মা
২৭ অক্টোবৰ : ৰাজ্যত ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব নিম্ন আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহৰ বাবে টেট পৰীক্ষা। সেই উদ্দেশ্যে পৰীক্ষাৰ্থী সকললৈ টেট পৰীক্ষাৰ ন’ডেল বিষয়াই জাৰি কৰিছে এই বিশেষ নিৰ্দেশনাৱলী। 
পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থী সকলক মাৰ্জিত পোছাক পৰিধান কৰি যাবলৈ অনুৰোধ জনোৱাৰ লগতে নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈও কোৱা হৈছে।
পৰীক্ষা কেন্দ্ৰত ক’লা আৰু নীলা ব’ল পইণ্ট কলম ব্যাৱহাৰ কৰিবলৈ অনুৰোধ কৰিছে । তাৰোপৰি
নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক মাস্ক পৰিধান কৰাটো ব্যধ্যতামূলক বুলি জানিবলৈ দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *