সুভাশ্ৰী বাৰিক
১৪আগষ্টঃ পঞ্জাৱৰ পাতিয়ালত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ভৰোত্তলন প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা চৰাইদেউ জিলাৰ সু সন্তান সিদ্ধান্ত গগৈয়ে ৬১কেজিৰ আৰু সুদীপ্ত বৰুৱাই ৮১কেজিৰ প্ৰতিযোগিতা ত স্বৰ্ণ পদক অৰ্জন কৰে।এই দুইগৰাকীৰ সফলতাত সুখী চৰাইদেউ বাসী।দুয়ো গৰাকীক শুভেচ্ছা জনায় সাংসদ তপন কুমাৰ গগৈয়ে।