১২০০ গাড়ী, ৫হাজাৰ সমৰ্থক লৈ কংগ্ৰেছত যোগদান বিজেপিৰ জেষ্ঠ নেতা সমৰেন্দ্ৰ পেটেলৰ

Share

দেশৰ ৰাজনীতিৰ বিজেপিত যেন এতিয়া কালিকা লাগিছে। ইটোৰ পিছত সিটো অথন্তৰ নেৰা হৈছে ভাৰতীয় জনতা পাৰ্টীৰ। সংঘাতে মিলিছে বৃহৎ ফাঁট। ইফালে সন্নকটত লোকসভা নিৰ্বাচন।তাৰ প্ৰাকক্ষণত আউল লাগিলে মন্ত্ৰী বিধায়কে ধৰি নেতা কৰ্মীৰ।

এইবাৰ দেখা গ’ল মধ্যপ্ৰদেশত বিজেপিৰ সংঘাত। বিজেপিত অঘাত হানি কংগ্ৰেছ দলত যোগদান বিজেপিৰ জেষ্ঠ নেতা সমৰেন্দ্ৰ পেটেলৰ। ৫হাজাৰ সমৰ্থকক লৈ কংগ্ৰেছত যোগদান বিজেপি নেতা জনৰ। প্ৰায় ১২০০ গাড়ীৰ ৰেলীৰে কঁপালে বিজেপিৰ ভেঁটি। 

বিজেপিৰ জেষ্ঠ নেতা সমৰেন্দ্ৰ পেটেল আছিল নীমচ জিলাৰ বিজেপিৰ প্ৰভাৰী। বিজেপিৰ জেষ্ঠ নেতা কমলনাথৰ উপস্থিতিত বিশাল যোগদান কাৰ্যসূচী। 

এতিয়া দেখা গৈছে যে পূৰ্বে কংগ্ৰেছ ত্যাগ কৰা বহু নেতা পুনৰ উভতিছে কংগ্ৰেছলৈ।  

Leave a Reply

Your email address will not be published. Required fields are marked *