অসমৰ দুজন সাহিত্যিকলৈ সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা     

Share

 সুভাশ্ৰী বাৰিক ২০ ছেপ্টেম্বৰ- সাহিত্য অকাডেমীয়ে ২০২০ বৰ্ষৰ অনুবাদ সাহিত্যৰ অকাডেমী বঁটা ঘোষণা কৰে। “ভাৰতীয় সংস্কৃতিৰ ভিত্তি” শীৰ্ষক অসমীয়া ভাষাত অনুদিত দিগন্ত বিশ্ব শৰ্মাৰ  গ্ৰন্থ খনে এই বঁটা অর্জন কৰিছে।  শ্ৰী অৰবিন্দৰ দ্বাৰা ইংৰাজী ভাষাত ৰচিত “দ্য ৰেনেচা ইন ইণ্ডিয়া এণ্ড আডাৰ এচেছ অৱ ইণ্ডিয়ান কালছাৰ “শীৰ্ষক গ্ৰন্থ খনৰ অনুবাদ কৰিছিল দিগন্ত বিশ্ব শৰ্মাই। 

আনহাতে বড়োভাষাত কামেশ্বৰ ব্ৰহ্মৰ অনুবাদ সাহিত্যই লাভ কৰিছে ২০২০ ৰ সাহিত্য অকাডেমি অনুবাদ বঁটা।ৰমিলা থাপাৰ  ৰচিত”দ্য পেংগুইন  হিষ্ট্ৰী অৱ আৰলি ইণ্ডিয়া  ফ্ৰম দ্য অৰিজিনছ টু ADI300 শীৰ্ষক গ্ৰন্থ খনৰ বড়ো ভাষালৈ কৰা অনুবাদৰ বাবে কামেশ্বৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে এই বঁটা ।  

Leave a Reply

Your email address will not be published. Required fields are marked *