দেশৰ সাংস্কৃতিক জগতখনলৈ দুখবৰ

Share

দেশৰ সাংস্কৃতিক  জগতখনলৈ আহি আছে এটাৰ পিছত আনটো দুখবৰ। জনপ্ৰিয় অভি্নেতা বিকাশ চেত্ৰী দেহাৱসান হৃদৰোগত
আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি ললে অভিনেতাগৰাকীয়ে ৪৮ বছৰ বয়সতেই জীৱন নাটৰ যৌৱনিকা পেলালে
অভিনেতাগৰাকীয়ে উল্লেখযোগ্য যে,শিল্পীগৰাকীয়ে বহুকেইখন বোলছবিত অভিনয় কৰিছিল। কিউকি সাছ ভি কাভি বহু
থী,কাহিন তো হোগা আদি জনপ্ৰিয় ধাৰাবাহিকৰ সুপৰিচিত মুখ অভিনেতাগৰাকী। শিল্পীজনৰ মৃত্যুৱে বৰ্তমান সমগ্ৰ
ৰাজ্যত শোকৰ ছাঁ পেলাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *