ৰঙা ঘৰৰ আলহী হ’ল, প্ৰধানমন্ত্ৰী মোডীক ভাবুকি প্ৰদান কৰা যুৱকৰ

Share

ৰঙা ঘৰৰ আলহী হ’ল, প্ৰধানমন্ত্ৰী মোডীক ভাবুকি প্ৰদান কৰা যুৱকৰ

গুৱাহাটী, ১৪ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভাবুকি প্ৰদান কৰে এজন যুৱকে। বিহাৰৰ এজন যুৱকে হোৱাটচ এপ গ্ৰুপ বনাই বিভিন্ন ভাবুকি প্ৰদান কৰাৰ অভিযোগ উথ্থাপন হৈছে। যুৱক জনৰ নাম মোহন যাদব বুলি জানিব পৰা গৈছে আৰু এই যুৱক জনৰ বয়স ২৩। কেন্দ্ৰ চৰকাৰৰ অগ্নিবীৰ যোজনাৰ বিৰুদ্ধে এতিয়াও দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাৱস্ত্য হোৱা দেখা যায়।

জানিব পৰা মতে, যুৱকজনে প্ৰধানমন্ত্ৰী মোডীৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য প্ৰকাশ কৰে আৰু হোৱাটচ এপ গ্ৰুপ বনাই বিভিন্ন ভাবুকি প্ৰদান কৰে। ঘটনা এই সন্দৰ্ভত আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *