অনালি শৰ্মাঃ ছাত্ৰ ৰাজনীতিৰ পৰা সংসদীয় ৰাজনীতি লৈ দুবাৰকৈ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰি, অসমৰ আঞ্চলিকতাবাদৰ ভেটি শক্তিশালী কৰা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিৰোধী দলপতি অথবা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তলৈ ডক্টৰেট ডিগ্ৰী প্ৰদান ।
অসমলৈ আগবঢ়োৱা অৱদানৰ বাবেই অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে তেখেতক ডক্টৰেট ডিগ্ৰীৰে সন্মানীত কৰে।