তৃষ্ণা দাস
৯ আগষ্ট: প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰধানমন্ত্ৰী কিষান সন্মান নিধি আচঁনিত কৃষকৰ একাউণ্টত ২০০০ টকাৰ নৱম কিস্তি মুকলি কৰিব। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত কৃষকসকলৰ বছৰত ২০০০ টকাৰ ৩টা কিস্তিৰ জৰিয়তে প্ৰতি বছৰে ৬০০০ টকাৰ সমৰ্থন প্ৰদান কৰা হয়। এতিয়ালৈকে চৰকাৰে ৮ টা কিস্তি ধন প্ৰদান কৰিছে। এই আচঁনিৰ অধীনত কৃষকসকলৰ বেংক একাউণ্ট ত পোনপটীয়াকৈ ধন জমা কৰা হয়।