শোভাশ্ৰী বাৰিক,৫অক্টোবৰঃমঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ দাম।ধাৰাবাহিক ভাৱে পঞ্চম দিনৰ বাবে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি কৰিলে তেল কোম্পানী সমূহে।মঙলবাৰে প্ৰেটলৰ দাম দিল্লীত প্ৰতি লিটাৰত ৩০ পইচা বৃদ্ধি হৈছে।ইয়াৰ ফলত দিল্লীত১ লিটাৰ প্ৰেটলৰ দাম হৈছেগৈ ১০২.৬৪টকা।ডিজেলৰ দাম বৃদ্ধি হৈছেগৈ ৯১.০৭টকা।আৰু গুৱাহাটীত_পেট্ৰল ৯৮.৫৮ টকা(০.০৬ টকা বৃদ্ধি),ডিজেল৯০.৬১(০.১৫টকা বৃদ্ধি)।