দীপাৱলী উপলক্ষে জিলা প্ৰশাসনে দুখন জিলাত স্থানীয় বন্ধ ঘোষণা কৰে

Share

নিউজ ডেস্ক,২২ অক্টোবৰঃ বজালী জিলা প্ৰশসানে অহা ২৫ অক্টোবৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰে । জিলা উপায়ুক্ত কাবেৰী বি শৰ্মাই নিৰ্দেশনা জাৰি কৰি অহা ২৫ অক্টোবৰৰ উক্ত দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ।

উল্লেখ্য যে, জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়,বেংক আদিকে ধৰি বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান ।                 তদুপৰি বজালী  জিলাৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনেও দিপাৱলী উপলক্ষে ঘোষণা কৰে স্থানীয় বন্ধ ।সেই উপলক্ষে দীপাৱলীৰ উক্ত দিনটোত বিদ্যালয় আৰু মহাবিদ্যালয় লগতে বন্ধ থাকিব চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান ।

Leave a Reply

Your email address will not be published. Required fields are marked *