Skip to content
পল্লৱী গগৈ
৩০ জুলাই, নতুন দিল্লীঃ OBC আৰু অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ- ছাত্ৰীৰ বাবে মেডিকেল শিক্ষাত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।মেডিকেল আৰু দন্ত চিকিৎসাৰ অধ্যয়ণৰ বাবে সংৰক্ষণৰ সুবিধা প্ৰদান কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।OBC ৰ ছাত্ৰ- ছাত্ৰীসকলৰ বাবে ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে পিছপৰা ছাত্ৰ- ছাত্ৰীসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰখা হৈছে। স্নাতক আৰু স্নাতকোত্তৰ শাখাত অধ্যয়ণৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। চলিত শিক্ষা বৰ্ষৰ পৰাই কাৰ্যকৰী হ’ব এই সিদ্ধান্ত। এই সিদ্ধান্তৰ কথা টুইটযোগে ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।